No title

স্কুলীয়া জীৱনৰ গৰম দিন 😌,,,,,এক অসীম আজীৱন সজীৱ হৈ ৰোৱা স্মৃতিৰ সমাহাৰ ,,,,,গৰম দিনত নেমু ,নিমখ আদি আনি একেলগে খোৱা ,ক্লাছ নাথাকিলে আড্ডা মৰা ,দমকলত পানী খাবলৈ যাওঁতে পানী ছটিয়াই কৰা ধেমালি ইত্যাদি অতি memoryable ,,,,,কিন্তু দিন সলনি হোৱাৰ লগে লগে যেন স্কুলীয়া  গৰম দিনৰ মাদকতা সমূহো ম্লান হৈ আহিছে ,কিন্তু আমি এতিয়াও আশা পালি আছোঁ আমাৰ next generation য়েও এই দিন বোৰ উপভোগ কৰক ,কৃত্ৰিম পৃথিৱীৰ পৰা ভিন্ন হৈ,,,,,,,,,,,,,
লিখনি- Harsita Tamuli
Palash Borgohain

Palash Borgohain is a Young Entrepreneur Blogger having Good Technical skills,He also an Experienced Article Writer.He likes to Share Knowledge and Experience with People. facebook

Post a Comment

Previous Post Next Post